Перейти к содержимому

মথুৰা নগৰে | Mathura Nagare | Pubali Phukan | Assamese Dihanam | Bhaktimulok Geet | Horinaam

Anupom Bitupon

0:00 / 0:00

মথুৰা নগৰে | Mathura Nagare | Pubali Phukan | Assamese Dihanam | Bhaktimulok Geet | Horinaam

50 848 просмотров · 3 недели назад
Anupom Bitupon
1 млн подписчиков
50 848 просмотров · 3 недели назад
Title- মথুৰা নগৰে | Mathura Nagare | Pubali Phukan | Assamese Dihanam | Bhaktimulok Geet | Horinaam #মথুৰানগৰে #Dihanam #BhaktimulokGeet #Horinaam #Mathura_Nagare #AssameseDihanam #AssameseDevotionalSong #KrishnaBhakti #KrishnaSong #Pubali_phukan 🙏 ভক্তিৰসেৰে পৰিপূৰ্ণ এটি সুন্দৰ অসমীয়া দিহানাম তথা ভক্তিমূলক গীত — “মথুৰা নগৰে”। শ্ৰীকৃষ্ণৰ পৱিত্ৰ লীলা আৰু ভক্তিৰ অনুভূতিৰে সমৃদ্ধ এই গীতটি সকলো ভক্তপ্ৰাণ শ্ৰোতা-দৰ্শকৰ বাবে আগবঢ়োৱা হৈছে 🌸🙏 🎤 কণ্ঠশিল্পী: পূবালী ফুকন 🎶 সহ-কণ্ঠশিল্পী: বিজুমণি ফুকন গগৈ, প্ৰতীক্ষা বৰা, মীনাক্ষী লাহন ✍️ কথা আৰু সুৰ: দিহানাম ভাস্কৰ মুনিন বৰা 🎼 প্ৰযোজনা: অৱনী গগৈ 🥁 খোল: ৰাহুল ৰঞ্জন গগৈ 🪘 নেগেৰা: ডেভিদ ফুকন 🎹 সংগীত: অভিজিত মৰম বৰুৱা 🪈 বাঁহী: ঋষি বৰা 🎸 বেনজো: গুবিন বৰা, অপূৰ্ব গগৈ 🎵 মেলডি ডিজাইন, শব্দ গ্ৰহণ আৰু সংমিশ্ৰণ: পাৰ্থ কুকিল শইকীয়া ( Studio Reed & Rhythm, জগদুৱাৰ ) 🎙️ আৱহ কণ্ঠ: লিজাৰাণী গগৈ 🎬 Video Cast: বিজুমণি গগৈ, লিজাৰাণী গগৈ, ইলোৰা বৰুৱা, মিতালী দুৱৰা, মীনাক্ষী লাহন, পিংকি গগৈ, মীনা কোঁৱৰ, সুনাৰিমা গগৈ, কৰবী গগৈ, বেবী কোঁৱৰ, পল্লৱী গগৈ, গীতালী তামুলী, টুটুমণি শইকীয়া, শিল্পী তামুলী, ৰাজপল, প্ৰিন্স 🎨 Cover Design: Zonak Yogantar Bora 📹 Video: Tilak Ranjan Hazarika & Anupom Bitupon ✂️ Video Editing: Tilok Ranjan Hazarika 🙏 বিশেষ কৃতজ্ঞতা: ৰতনপুৰীয়া বৰনামঘৰ পৰিচালনা সমিতি, হৰকান্ত তামুলী, অপু, ৰূপম, পূৰ্ব, তন্ময়, ধীৰাজ, লক্ষী চন্দ্ৰ, নিতুল দাধৰা, আইছেং আৰু বেদান্ত 🌸 গীতটিৰ সৈতে জড়িত সকলো কলা-কুশলী, শিল্পী, বাদ্যযন্ত্ৰী, কাৰিকৰী দল আৰু সহযোগীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 🙏 💛 গীতটি ভাল লাগিলে Like 👍 | Comment 💬 | Share ↗️ | Subscribe 🔔 কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ ভক্তিমূলক সংগীতৰ যাত্ৰাক আৰু অধিক আগুৱাই নিব। 🙏🌸 📝 মথুৰা নগৰে গীতৰ সম্পূৰ্ণ Lyrics তলত উল্লেখ কৰা হৈছে--- ঘোষা — মথুৰা নগৰে কংসৰ কাৰাগাৰে ঘোৰ অন্ধকাৰে কৃষ্ণই জন্ম ধৰে গমকে নাপালে পাপী কংস দুৰাচাৰে পলুৱাই ৰাখিলে কৃষ্ণক নন্দ ৰজাৰ ঘৰে বসুদেৱে নন্দ ৰজাৰ ঘৰে পদ — বৈকুণ্ঠৰ পতি হৰি জগত আধাৰ কোনেনো বুজিব পাৰে মহিমা তোমাৰ।। লীলায়ে হৰিব লাগি পৃথিৱীৰ ভাৰ নৰ ৰূপ ধৰি হৰি ভৈলা অৱতাৰ মোৰ হৰি ঐ ভৈলা অৱতাৰ জুৰীয়া — বসুদেৱ দৈৱকী সন্তে জনম তোমাৰ, নয়নৰ মণি তুমি নন্দ যশোদাৰ ।। আৰম্ভিলা নানা লীলা শিশু ৰূপ ধৰি পুতনাৰ প্ৰাণ লৈলা স্তনপান কৰি এ ৰাম.... চক্ৰবাত অসুৰক গলে চেপা মাৰি প্ৰাণক নাশিলা সিয়ো গৈল যমপুৰি এ.... ঘোষা — কৃষ্ণ তুমি ভকতৰ প্ৰাণ, বসুদেৱ দৈৱকীৰ অষ্টম সন্তান। নন্দৰ আলয়ে ডাঙৰ-দীঘল হৈলা, জগতৰ সাধিলা কল্যাণ || পদ — গোপ গোপী সঙ্গে অনেক ক্ৰিড়ীলা নন্দ-যশোদাৰ হৃদয় জুৰাইলা ব্ৰজৰ জীৱন কানু বজালা মোহন বেণু।। 🎶 পূবালী ফুকনে কণ্ঠদান কৰা আন তিনিটি গীতৰ YouTube লিংক তলত উল্লেখ কৰা হ’ল — 🎶    • মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 |...      • জুৰিমাই-২০২৫ | Jurimai Bihu song-2025 | Da...      • Bhugali 2026 New Bihu Song | Madhujya Bura...   আমাৰ ফেচবুক পেজৰ লিংক   / 1cqulepfrs   আমাৰ Instagram ৰ লিংক https://www.instagram.com/anupombitup...