Перейти к содержимому

দুই শতাধিক লোকৰ গোহাৰিৰ পাছতে সেও মানিলে অখিল গগৈয়ে; বন্ধু শান্তনুলৈ লিখা চিঠিত এক ডাঙৰ বিতৰ্ক!

NorthEast Now

0:00 / 0:00

দুই শতাধিক লোকৰ গোহাৰিৰ পাছতে সেও মানিলে অখিল গগৈয়ে; বন্ধু শান্তনুলৈ লিখা চিঠিত এক ডাঙৰ বিতৰ্ক!

6 312 просмотров · 1 день назад
NorthEast Now
467 тыс. подписчиков
6 312 просмотров · 1 день назад
📌এটা দশকতকৈ অধিক শাসনত নথকা কংগ্ৰেছৰ দুৰ্নীতিৰ কথা ক'ৰ পৰা আহিল অখিলৰ মুখত? 📌আঞ্চলিক দলে হেনো বিজেপিক হৰুওৱাৰ ঠিকা লৈ থকা নাই! 📌তেন্তে বিজেপিক জয়ী কৰোৱাৰ ঠিকা লৈছে নেকি অখিলে? 📌দুই শতাধিক লোকৰ সমৰ্থিত নাগৰিক সন্মিলনৰ উদ্যোগত প্ৰকাশিত গোহাৰিৰ পাছতে সেও মানিলে অখিল গগৈয়ে! 📌কিন্তু পৰৱৰ্তী সময়ত বন্ধু শান্তনুলৈ লিখা চিঠিত এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিলে অখিল গগৈয়ে! ___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now