Перейти к содержимому

উচ্চ ন্যায়ালয়ৰ ৰায়ত বিপদত দেৱাশীষ শৰ্মা!মমতাজ বেগমক বাংলাদেশলৈ পুশ্ববেকৰ নিৰ্দেশ দিছিল শৰ্মাই!

NorthEast Now

0:00 / 0:00

উচ্চ ন্যায়ালয়ৰ ৰায়ত বিপদত দেৱাশীষ শৰ্মা!মমতাজ বেগমক বাংলাদেশলৈ পুশ্ববেকৰ নিৰ্দেশ দিছিল শৰ্মাই!

5 133 просмотра · 10 часов назад
NorthEast Now
467 тыс. подписчиков
5 133 просмотра · 10 часов назад
📌বিজেপিৰ ৱাশ্বিং মেচিনে চাফা কৰিব নেকি প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ কলা দাগ ! 📌স্বদেশীক বেআইনীভাৱে বিদেশী সজাই বিতাড়ন কৰিছিল দেৱাশীষ শৰ্মাই ! 📌যাক লৈ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত বিপদত প্ৰাক্তন আয়ুক্ত গৰাকী ! 📌জুৰীয়াৰ মমতাজ বেগমক বাংলাদেশলৈ পুশ্ববেকৰ নিৰ্দেশ দিছিল শৰ্মাই ! 📌পিছে,বাংলাদেশলৈ বিতাড়িত মমতাজক পুনৰ ঘূৰাই অনাৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ! 📌প্ৰাক্তন জিলা আয়ুক্তজনৰ বিৰুদ্ধে আইন সংগত ব্যৱস্থা গ্ৰহণৰ‌ হুংকাৰ সাংসদ ৰকিবুল হুছেইনৰ! ___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now