Перейти к содержимому

বঙাইগাঁৱৰ BT ৰোডত মঙলবাৰে পোহৰলৈ আহিল এক চাঞ্চল্যকৰ ঘটনা

NKTV PLUS

0:00 / 0:00

বঙাইগাঁৱৰ BT ৰোডত মঙলবাৰে পোহৰলৈ আহিল এক চাঞ্চল্যকৰ ঘটনা

8 208 просмотров · 1 день назад
NKTV PLUS
829 тыс. подписчиков
8 208 просмотров · 1 день назад
▶️ বঙাইগাঁৱৰ BT ৰোডত মঙলবাৰে পোহৰলৈ আহিল এক চাঞ্চল্যকৰ ঘটনা। স্বামী আৰু দেওৰেকৰ ভয়ংকৰ মানসিক নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলাৰ কৰুণ কাহিনী। প্ৰায় এবছৰ ধৰি মহিলাগৰাকীক এটা ঘৰত আৱদ্ধ কৰি ৰখাৰ অভিযোগ স্বামী অংশুমান কলিতাৰ বিৰুদ্ধে। মঙলবাৰে ৰাজ্যিক মহিলা আয়োগে প্ৰেৰণ কৰা দলে দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত বন্ধ গেটৰ তলা ভাঙি উদ্ধাৰ কৰে অসহায় মহিলাগৰাকীক।