সংবাদমেল সম্বোধন কৰি লাভলীনা বৰগোহাঁইৰ মন্তব্য
Pratidin Time
0:00 / 0:00
সংবাদমেল সম্বোধন কৰি লাভলীনা বৰগোহাঁইৰ মন্তব্য
3 495 просмотров · 2 дн. назад
Pratidin Time
2,67 млн подписчиков
3 495 просмотров · 2 дн. назад
‘বহুত ভাল লাগিছে, ভাষাৰে প্ৰকাশ কৰিব পৰা নাই’। ‘মোৰ যি সপোন সপোনটোত জীয়াই থকাৰ দৰে লাগিছে’। ‘সকলো এথলীটে ইমান মৰম নাপায়, মই যিমান পাবলৈ সক্ষম হৈছো, সেইবাবে নিজকে মই সৌভাগ্যৱান বুলি ভাবো’। ‘সোণৰ মেডেলটো মোৰ বাৰে বহুত বিশেষ হয়, জন্মদিন দিনাই দেশক দিবলৈ সক্ষম হ’লো’। ‘বহু মানুহৰ আৰ্শীবাদ আৰু সহায়ৰ বাবে এইবাৰ সোণৰ মেডেল আনিবলৈ সক্ষম হৈছো’। সংবাদমেল সম্বোধন কৰি লাভলীনা বৰগোহাঁইৰ মন্তব্য।
#PratidinTime #LovlinaBorgohain #AssamNews