Перейти к содержимому

আজিৰে পৰা নগাঁও লোকসভাৰ উপ–ন্ৰিবাচনত প্ৰচাৰ অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

PRATHAM KHABAR 24x7

0:00 / 0:00

আজিৰে পৰা নগাঁও লোকসভাৰ উপ–ন্ৰিবাচনত প্ৰচাৰ অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

563 просмотра · 1 день назад
PRATHAM KHABAR 24x7
71,1 тыс. подписчиков
563 просмотра · 1 день назад
-আজিৰে পৰা নগাঁও লোকসভাৰ উপ–নিৰ্বাচনত প্ৰচাৰ অভিযান আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে একেদিনাই ৰহা, লাহৰীঘাট আৰু চামগুৰিত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। যিকোনো প্ৰকাৰে নগাঁও সমষ্টি বিজেপিৰ হাতলৈ আনিবলৈ উঠিপৰি লাগিছে গেৰুৱা বাহিনী। মুখ্যমন্ত্ৰীয়ে মূলতঃ আজি সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত চলায় নিৰ্বাচনী প্ৰচাৰ। #nagaon #byelection #himantabiswasarma #prathamkhabar24x7 Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar