Перейти к содержимому

নেজানো কিয় আজি অচিনাকি হ’ল! (Nejanu Kio Aji Achinaki Hol!) ❤️| Assamese Modern Song | Romantic Song

NK IMotion

0:00 / 0:00

নেজানো কিয় আজি অচিনাকি হ’ল! (Nejanu Kio Aji Achinaki Hol!) ❤️| Assamese Modern Song | Romantic Song

83 просмотра · 2 недели назад
NK IMotion
16 подписчиков
83 просмотра · 2 недели назад
নেজানো কিয় আজি অচিনাকি হ’ল! (Nejanu Kio Aji Achinaki Hol!) ❤️| Assamese Modern Song | Romantic Song 📌 All content in this video is created and owned by this channel. © 2026 Asom NE/NKImotion All rights reserved. 🎸🎷 Do not re-upload, reproduce or distribute without permission. ✍️ Lyrics/Tune/Composition: Nikunja Nath Composition: Digitally Processed Singer : Digitally Processed ✍️ গীতৰ কথা/সুৰঃ নিকুঞ্জ নাথ গীতৰ কথাঃ সেই জীৱন সেই মৰম নেজানো কিয় আজি মৰীচিকা হ’ল— শূন্য দুহাত মাথোঁ হাহাকাৰ হেৰুৱালো আজি যেন সকলো ৰং নেজানো আজি কিয় অচিনাকি হ’ল! নেজানো আজি কিয় অচিনাকি হ’ল! সেই জীৱন সেই মৰম পোৱা-নোপোৱাৰ দুখ-বেদনাত জীৱন বিফল ৰথৰ ভাগৰুৱা মন৷ পোৱা-নোপোৱাৰ দুখ-বেদনাত জীৱন বিফল ৰথৰ ভাগৰুৱা মন৷৷ হাঁহিৰে সামৰি চকুলো ঢাকি গীত গালোঁ মাথোঁ স্মৃতি সুঁৱৰি৷ হাঁহিৰে সামৰি চকুলো ঢাকি গীত গালোঁ মাথোঁ স্মৃতি সুঁৱৰি৷ সেই জীৱন সেই মৰম নেজানো কিয় আজি মৰীচিকা হ’ল— শূন্য দুহাত মাথোঁ হাহাকাৰ হেৰুৱালো আজি যেন সকলো ৰং নেজানো আজি কিয় অচিনাকি হ’ল! জীৱনৰ এটি এটি আশাৰ পানচৈ হেৰাল কেনিবা অচিনা ঘাটত৷ জীৱনৰ এটি এটি আশাৰ পানচৈ হেৰাল কেনিবা অচিনা ঘাটত৷ সপোনৰ কলি মৰহি গ’ল পৰি ৰ’ল সময়ৰ সমাধি তলিত ঐ৷ সপোনৰ কলি মৰহি গ’ল পৰি ৰ’ল সময়ৰ সমাধি তলিত ঐ৷৷ সেই জীৱন সেই মৰম নেজানো কিয় আজি মৰীচিকা হ’ল— শূন্য দুহাত মাথোঁ হাহাকাৰ হেৰুৱালো আজি যেন সকলো ৰং নেজানো আজি কিয় অচিনাকি হ’ল! #AssameseSong #ModernAssameseMusic #AssameseRock #LifeAndReality #AssameseLyrics #MusicOfAssam #RegionalMusic