Перейти к содержимому

আজি পুনৰ আদালতত হাজিৰ হ’ব লাগিব অমৃতপ্ৰভা মহন্ত

Pratidin Time

0:00 / 0:00

আজি পুনৰ আদালতত হাজিৰ হ’ব লাগিব অমৃতপ্ৰভা মহন্ত

3 078 просмотров · 1 дн. назад
Pratidin Time
2,67 млн подписчиков
3 078 просмотров · 1 дн. назад
আজি পুনৰ আদালতত হাজিৰ হ’ব লাগিব অমৃতপ্ৰভা মহন্ত, জামিন লাভৰ পিছতে মঙলবাৰে কাৰামুক্ত হৈছিল অমৃতপ্ৰভা মহন্ত। আদালতৰ কেইবাটাও নিৰ্দেশনা মানি চলিব লাগিব অমৃতপ্ৰভাই। তথ্য-প্ৰমাণ নষ্ট কৰিব নোৱাৰিব অমৃতপ্ৰভা মহন্তই। সাক্ষীক প্ৰভাৱান্বিত কৰিব নোৱাৰিব জুবিন হত্যাৰ গোচৰৰ অভিযুক্তগৰাকীয়ে। নিজৰো একো অনিষ্ট কৰিব নোৱাৰিব অমৃতপ্ৰভাই। অমৃতপ্ৰভাই নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল’ব লাগিব। আদালতৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব অমৃতপ্ৰভাই। পৰৱৰ্তী শুনানিত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব অমৃতপ্ৰভা মহন্তই। আমাৰ এক প্ৰতিবেদন। #PratidinTime #AssamNews #assam #JusticeForZubeenGarg #AmritprabhaMahanta