বছৰটো নষ্ট নোহোৱা ঔটেঙা আচাৰৰ গোপন টিপছ /Otenga Aser Recipe Assamese 🔥/Rashmi's kitchen & explore
Rashmi's Kitchen & Explore
0:00 / 0:00
বছৰটো নষ্ট নোহোৱা ঔটেঙা আচাৰৰ গোপন টিপছ /Otenga Aser Recipe Assamese 🔥/Rashmi's kitchen & explore
54 просмотра · 3 нед. назад
Rashmi's Kitchen & Explore
664 подписчика
54 просмотра · 3 нед. назад
বছৰটো নষ্ট নোহোৱা ঔটেঙা আচাৰ । Otenga aser Recipe In Assamese । Elephant Apple Pickle
আজি Rashmi's Kitchen & Explore ত বনাম টেঙা জলা আচাৰ। গৰম ভাতৰ লগত এইটো আচাৰ থাকিলে আৰু একো নালাগে । গোটেই বছৰটোৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি।
উপকৰণ:
. ঔটেঙা =৩টা
. সৰিয়হ তেল=৫০০গ্ৰাম
. হালধি=১ চামুচ
.জলকীয়া গুৰি ২ চামুচ
.জলকীয়া ১০০গ্ৰাম (ৰঙাটো
. ধনিয়া গুটি+চফ্ট গুটি+শুকান জলকীয়া+নিমখ
📍Tips: ৰদত ভাল কৈ শুকুৱাব আৰু গৰম তেল দিব ।
ভাল লাগিলে Like comment share আৰু Subscribe কৰি দিব 🙏
Rashmi's Kitchen & Explore - Nagaon Assam
#outengaaser #otengaaser #aser recipe #assameseaserrecipe