Перейти к содержимому

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 2 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 2 #PratidinTimeLIVE

25 244 просмотра · Трансляция закончилась 1 мес. назад
Pratidin Time
2,67 млн подписчиков
25 244 просмотра · Трансляция закончилась 1 мес. назад
আৰু মাত্র কেইটামান দিন বাকী জুবিন গাৰ্গৰ অনুপস্থিতিৰ সম্পূৰ্ণ হ’ব এটা বছৰ এটা বছৰত কেনেদৰে সময় পাৰ কৰিছে গৰিমা শইকীয়া গাৰ্গে? জুবিন গাৰ্গৰ কোনটো আধৰুৱা সপোনক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা গৰিমা শইকীয়া গাৰ্গৰ? ছিংগাপুৰৰ ঘটনাটো দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড, কি বুলি ভাবে গৰিমা শইকীয়া গাৰ্গে? নতুন শিল্পী আৰু নতুন প্রতিভাক আগুৱাই নিয়াৰ ক্ষেত্রত জুবিনৰ দৰেই গৰিমা শইকীয়াৰ পৰিকল্পনা কি? গৰিমা শইকীয়া গাৰ্গ জুবিনৰ স্মৃতি আৰু কৰ্ম সংৰক্ষণৰ এগৰাকী উত্তৰাধিকাৰী নে জুবিনৰ সপোনক সাকাৰ ৰূপ দিয়া সহযাত্রী? আজিৰ দিনত কাৰ ওপৰত সবাতোকৈ ক্ষোভ আৰু বিৰাগ জুবিন পত্নীৰ? জুবিনক্ষেত্রৰ মাটিকালি, বৰ্তমানৰ ৰূপক লৈ গৰিমা শইকীয়া গাৰ্গ আজিৰ দিনত সন্তুষ্টনে? এনে কিছু দিশ সামৰি দীৰ্ঘ বিৰতিৰ অন্তত ষ্টুডিঅ’ত আজি গৰিমা শইকীয়া গাৰ্গ EXCLUSIVE LIVE মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 2 #PratidinTimeLIVE