Перейти к содержимому

Mrityu Ek Hilpo || Tribute to legend Zubeen Garg || || Chandan Boruah || Ripunjay Bhuyan ||

Chandon Boruah

0:00 / 0:00

Mrityu Ek Hilpo || Tribute to legend Zubeen Garg || || Chandan Boruah || Ripunjay Bhuyan ||

837 просмотров · 4 дня назад
Chandon Boruah
21 подписчик
837 просмотров · 4 дня назад
জুবিন দা, তুমি নোহোৱা আজি এটা বছৰ পাৰ হ’ল। তুমি আমাৰ মাজত শাৰীৰিকভাৱে নোহোৱা হ’লেও, তোমাৰ কণ্ঠ, তোমাৰ গান আৰু তোমাৰ সৃষ্টিৰ মাজেৰে তুমি সদায় আমাৰ হৃদয়ত জীয়াই থাকিবা।তুমি সদায় অমৰ হৈ ৰোৱা। আজিৰ এই বিশেষ দিনটোত, তোমাক সুঁৱৰি মোৰ ফালৰ পৰা এটি সৰু শ্ৰদ্ধাঞ্জলি— এই গানটো তোমালৈ বুলি… 🎶🙏 তোমাৰ সুৰ সদায় বাজি থাকিব, তোমাৰ স্মৃতি সদায় জীয়াই থাকিব। ❤️ শ্ৰদ্ধাৰে, জুবিন দা। 🙏🕊️ VOCAL: CHANDAN BORUAH LYRICS-TUNE-MUSIC-MIX-MASTERED: RIPUNJAY BHUYAN POSTER-AI LYRICAL VIDEO: BITUPON NATH