Перейти к содержимому

আমিতো ক’তো একো বেয়া কাম নকৰো...আমাক মানুহে বেয়াই নাপায়ঃ মুখ্যমন্ত্ৰী

Pratidin Time

0:00 / 0:00

আমিতো ক’তো একো বেয়া কাম নকৰো...আমাক মানুহে বেয়াই নাপায়ঃ মুখ্যমন্ত্ৰী

2 635 просмотров · 13 часов назад
Pratidin Time
2,67 млн подписчиков
2 635 просмотров · 13 часов назад
একে গৰাকী মহিলা ৰাইজৰ দলটো থাকে, CJPটো যায়, খিচিৰিটো কি মই বুজা নাই...মই ধৰিবই নোৱাৰা হৈছো কোন কি পাৰ্টিত আছে... এটা পৰিয়াল লাগি আছে জীয়েকক যেনে-তেনে নেতা বনাব লাগে...কেতিয়াবা তেঁও CJP ত যাব, কেতিয়াবা ৰাইজৰ দলৰ মিটিঙত যাব, কেতিয়াবা AJP ত, গতিকে মই ধৰিবই পৰা নাই কোনখন স্মাৰকৰ উত্তৰ দিম....অসমত বিজেপিক মানুহে কোনোগুণে বেয়া নাপায়...আমিতো ক’তো একো বেয়া কাম নকৰো...আমাক মানুহে বেয়াই নাপায়ঃ মুখ্যমন্ত্ৰী #PratidinTime #AssamNews #HimantaBiswaSarma #CJP