দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ইণ্ডি মৰ্চাৰ প্ৰতিবাদ অব্যাহত
Pratidin Time
0:00 / 0:00
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ইণ্ডি মৰ্চাৰ প্ৰতিবাদ অব্যাহত
5 370 просмотров · 21 ч назад
Pratidin Time
2,67 млн подписчиков
5 370 просмотров · 21 ч назад
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ইণ্ডি মৰ্চাৰ প্ৰতিবাদ অব্যাহত। ৰাহুল গান্ধীৰ নেতৃত্বত উচ্চতম ন্যায়ালয়লৈ ইণ্ডি মৰ্চাৰ বিশাল প্ৰতিবাদী সমদল। এই প্ৰতিবাদী সমদলত ইণ্ডি মৰ্চাৰ অংশীদাৰ দলসমূহৰ শীৰ্ষ নেতৃত্বও উপস্থিত থাকে। ভোট চুৰিত জড়িত জ্ঞানেশ কুমাৰকে ধৰি ৫গৰাকী অভিযুক্তই শাস্তি নোপোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৰাহুল গান্ধীৰ। ইফালে বিৰোধীয়ে সাক্ষাৎ বিচাৰি প্ৰেৰণ কৰা পত্ৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই। বিৰোধীক কিয় সাক্ষাৎ নিদিয়ে সেই লৈ ব্যাখ্যা আগবঢ়ালে মুখ্য ন্যায়াধীশগৰাকীয়ে।
#pratidintime #rahulgandhi #congress