‘এম্বুলেন্স চালকজনে ইয়ালৈ লৈ আহিছে।' কছম’ হাস্পতালৰ বিলক লৈ স্তম্ভিত পৰিয়াল।
NKTV PLUS
0:00 / 0:00
‘এম্বুলেন্স চালকজনে ইয়ালৈ লৈ আহিছে।' কছম’ হাস্পতালৰ বিলক লৈ স্তম্ভিত পৰিয়াল।
49 771 просмотр · 1 день назад
NKTV PLUS
826 тыс. подписчиков
49 771 просмотр · 1 день назад
▶️ ‘বহুত ভাল ভাল হাস্পতাল আছিল, এম্বুলেন্স চালকজনে ইয়ালৈ লৈ আহিছে। ইয়াত তেজ নোহোৱাৰ বাবে মৃত্যু হৈছে বুলি লিখিছে। মই তেজ দিম বুলি কোৱাৰ পাছতো কিয় চিকিৎসকে মোৰ তেজ নল’লে?’ ক্ষেত্ৰীৰ পথ দুৰ্ঘটনা: অনিমা ডেকাৰ মৃ***। নিশা এম্বুলেন্স চালকে ভৰ্তি কৰাইছিল কছম’ হাস্পতালত। ভৰিত গুৰুতৰ আঘাত পাইছিল অনিমা ডেকাই। ডেৰ ঘন্টাতে কছম’ হাস্পতালে বিচাৰিছে ২১,৬০০ টকা। কছম’ হাস্পতালৰ আচহুৱা বিলক লৈ স্তম্ভিত পৰিয়াল।