সংগ্ৰাম আন এটি নাম জীৱনৰ (EP 12) - Interview with Padma Bhushan Nrityacharya Jatin Goswami
DD News Assamese
0:00 / 0:00
সংগ্ৰাম আন এটি নাম জীৱনৰ (EP 12) - Interview with Padma Bhushan Nrityacharya Jatin Goswami
2 362 просмотра · Трансляция закончилась 9 мес. назад
DD News Assamese
543 тыс. подписчиков
2 362 просмотра · Трансляция закончилась 9 мес. назад
• ৯৩ বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা
• কৰ্মোদ্যম, কৰ্মস্পৃহাৰে ভৰপূৰ এই গাঁথা
• এই যাত্ৰাত যিমান কৰিব লাগিছিল সিমান কৰিব নোৱাৰিলে বুলি কিয় কলে শিল্পীগৰাকীয়ে?
• কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কিদৰে সলনি কৰিছিল শিল্পীগৰাকীৰ জীৱনৰ গতিপথ ?
• কিয় ওৰেটো জীৱন বাছি ললে সংস্কৃতিৰ সাধনাৰ দৰে কণ্টকময় পথ ?
• সত্ৰীয় নৃত্যৰ অতীত বৰ্তমান আৰু ভৱিষ্যত ?
• কিয় নিজকে আটাইতকৈ সুখী ব্যক্তি বুলি অভিহিত কৰে ?
• অনুষ্ঠানৰ এইবাৰৰ অতিথি পদ্মভূষণ, পদ্মশ্ৰী সন্মানপ্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী
#JatinGoswami #SattriyaDance #SattriyaDancer #PadmaShri #PadmaBhushan #Inspiration #Assam #Culture #Hardwork #Dergaon #ddnewsassamese #ddnewsassam #Exclusive