সংগ্ৰাম আন এটি নাম জীৱনৰ (EP 11)- AN INTERVIEW WITH FOREST MAN OF INDIA JADAV PAYENG
DD News Assamese
0:00 / 0:00
সংগ্ৰাম আন এটি নাম জীৱনৰ (EP 11)- AN INTERVIEW WITH FOREST MAN OF INDIA JADAV PAYENG
139 172 просмотра · 1 год назад
DD News Assamese
543 тыс. подписчиков
139 172 просмотра · 1 год назад
এজোপা ডিমৰু গছৰ পৰা এখন অৰণ্যৰ সৃষ্টিৰ আঁৰৰ কাহিনী
১৪৫ বছৰ পুৰণি নাৱেৰে নিতৌ যাত্ৰা মলাই অৰণ্যলৈ
"গছ ৰুব নালাগে, গছ নাকাটিলেই হ'ল"
"প্ৰকৃতিক ভাল পালে সকলো সমস্যাৰ সমাধান হ'ব"
"নাম, যশ পাবলৈ মই গছ ৰুৱা নাই"
"প্ৰকৃতিৰ পৰাই শিকিছো, মানুহৰ পৰা শিকিবলৈ একো নাই"
"মই ৰুৱা গছ আজিলৈ এডালো মৰা নাই"
"বাহিৰলৈ গ'লে হাবিখনলৈ বৰকৈ মনত পৰে"
মলাই অৰণ্যৰ পৰা সংগ্ৰামৰ পৰৱৰ্তী খণ্ড
এইবাৰৰ অতিথি পদ্মশ্ৰী বঁটাপ্ৰাপক Forest Man of India যাদৱ পায়েং
#forestmanofindia #jadavpayeng #molai #jorhat #nature #assam #padmashri #inspiration #hardwork #exclusiveinterview #ddnewsassam #ddnewsassamese