"জুবিন গাৰ্গ" ৰ জীৱনক লৈ আহিব নেকি নতুন চিনেমা? সমৰ গগৈৰ সৈতে জুবিন গাৰ্গৰ সম্বন্ধ কি?
Simply Biju
0:00 / 0:00
"জুবিন গাৰ্গ" ৰ জীৱনক লৈ আহিব নেকি নতুন চিনেমা? সমৰ গগৈৰ সৈতে জুবিন গাৰ্গৰ সম্বন্ধ কি?
9 947 просмотров · 1 день назад
Simply Biju
11,2 тыс. подписчиков
9 947 просмотров · 1 день назад
জুবিন গাৰ্গৰ জীৱন, সংগীত আৰু অসংখ্য স্মৃতি আজিও অনুৰাগীৰ হৃদয়ত জীয়াই আছে। তেওঁৰ পৰিয়ালে জুবিনৰ স্মৃতি আৰু তেওঁৰ অসমীয়া সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়াই নিবলৈ Trust গঠনৰ কথা প্ৰকাশ কৰিছিল।
কিন্তু এতিয়া প্ৰশ্ন উঠিছে—জুবিন গাৰ্গৰ জীৱনক লৈ নতুনকৈ কোনো চিনেমা নিৰ্মাণৰ পৰিকল্পনা আছে নেকি? আৰু সমৰ গগৈ কোন? জুবিন গাৰ্গৰ সৈতে তেওঁৰ সম্পৰ্কই বা কি?
এই ভিডিঅ’টোত এই দুটা বিষয়ৰ উপলব্ধ তথ্য, প্ৰেক্ষাপট আৰু চৰ্চিত প্ৰশ্নসমূহ আলোচনা কৰা হৈছে।
ভিডিঅ’টো শেষলৈ চাওক আৰু আপোনাৰ মতামত Commentত জনাওক। ❤️