চপাইদাঙৰ হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ
Pratidin Time
0:00 / 0:00
চপাইদাঙৰ হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ
6 034 просмотра · 20 часов назад
Pratidin Time
2,67 млн подписчиков
6 034 просмотра · 20 часов назад
চপাইদাঙৰ হিমাশ্ৰী বড়োৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ। হিমাশ্ৰীৰ বাসগৃহত উপস্থিত হৈ ৪ সতীৰ্থৰ বিস্ফোৰক ভাষ্য। সুমিত্ৰা দেউৰী, আজিনুৰ হুছেইন, আয়েশা খান, আবু বক্কৰৰ ভয়ংকৰ ভাষ্য। ইভেণ্ট পৰিচালনা কৰা অন্ধ্ৰপ্ৰদেশৰ গোবিন্দৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। গোবিন্দই হিমাশ্ৰীক হত্যা কৰাৰ সন্দেহ সতীৰ্থৰ।
#PratidinTime #AssamNews #assam #NewsUpdate #AndhraPradesh