ধনতেৰসত কি কি কিনিলে ঘৰলৈ লক্ষ্মী আহে? | জানক শাস্ত্ৰৰ কথা! | ভাগৱত ব্যাখ্যা | পৰেশ কটকী | Bhagawat
Incredible Assam
0:00 / 0:00
ধনতেৰসত কি কি কিনিলে ঘৰলৈ লক্ষ্মী আহে? | জানক শাস্ত্ৰৰ কথা! | ভাগৱত ব্যাখ্যা | পৰেশ কটকী | Bhagawat
3 291 просмотр · 13 ч назад
Incredible Assam
93,3 тыс. подписчиков
3 291 просмотр · 13 ч назад
🙏 ধনতেৰসত কি কিনিলে ঘৰলৈ লক্ষ্মী আহে? জানক শাস্ত্ৰৰ কথা! 🙏
ধনতেৰসৰ দিনা আমি কিয় ঝাৰু কিনো? ইয়াৰ আঁৰত থকা ধৰ্মীয় তাৎপৰ্য কি? কেৱল ঝাৰুৱেই নে এই দিনটোত আৰু আন কিছুমান বস্তু কিনাৰ পৰম্পৰা আছে?
ধনতেৰসৰ দিনা কি কি বস্তু কিনিব লাগে আৰু ইয়াৰ প্ৰকৃত ৰহস্য কি, সেই বিষয়ে আজিৰ এই বিশেষ ভাগৱত ব্যাখ্যাত সুন্দৰকৈ জানিবলৈ চেষ্টা কৰা হৈছে।
ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভাল লাগিলে Like, Share আৰু Comment কৰিবলৈ নাপাহৰিব।
#ধনতেৰস #Dhanteras #Dhanteras2026 #ধনতেৰসৰপূজা #মা_লক্ষ্মীপূজা #ঝাৰুকিনাৰৰহস্য #ধনতেৰসতকিকিনিব #হিন্দুধর্ম #সনাতনধর্ম #ভাগৱত #ভাগৱতব্যাখ্যা #পৰেশকটকীবাপ #অসমীয়াভাগৱত #AssameseBhagawat #AssameseSpiritual #Bhakti #SanatanDharma