Перейти к содержимому

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 1 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 1 #PratidinTimeLIVE

9 253 просмотра · Трансляция закончилась 20 часов назад
Pratidin Time
2,66 млн подписчиков
9 253 просмотра · Трансляция закончилась 20 часов назад
জুবিন গাৰ্গ মানুহ, অতিমানৱ নে ছুপাৰ মেন? জুবিন গাৰ্গ ধাৰ্মিক, অধাৰ্মিক, অজ্ঞাবাদী নে আধ্যাত্মিক? জুবিন গাৰ্গক ‘ঈশ্বৰ’ অথবা ‘ভগৱান’ৰ শাৰীত ৰাখি পূজা কৰাটো ভাল নে কাল হৈছে? জুবিন গাৰ্গৰ বিৰহত চৰাই-চিৰিকতিৰ পৰা জীৱ-জন্তুৱেও দুখ প্রকাশ কৰাটো কি আছিল? জুবিন গাৰ্গৰ অনুপস্থিতিত তেওঁৰ বাবে ভয়ানক বিপদটো কোনে আনিছে? আজি এনে কিছু কথাৰেই জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শনক লৈ বিশেষ আলোকপাত ষ্টুডিঅ’ত জুবিন গাৰ্গৰ জীৱনক ব্রহ্মাণ্ডীয় সংযোগেৰে বিশ্লেষণ কৰা লেখিকা ভৱানী পেগু মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে EXCLUSIVE ‘অভিমত’|part 1 #pratidintimelive