কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন ।। New Krishnaguru Song Performed by Deepjyoti Das prabhu ।#Krishnaguru
আধ্যাত্মিক তত্ত্ব ।। Aadhyaatmik Tatva
0:00 / 0:00
কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন ।। New Krishnaguru Song Performed by Deepjyoti Das prabhu ।#Krishnaguru
413 просмотров · 8 месяцев назад
আধ্যাত্মিক তত্ত্ব ।। Aadhyaatmik Tatva
52,1 тыс. подписчиков
413 просмотров · 8 месяцев назад
কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন ।। New Krishnaguru Song Performed by Deepjyoti Das prabhu ।।
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ১২দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন ।।
20 জানুৱাৰীৰ পুৱাৰে পৰা বৈকুণ্ঠপুৰীলৈ পৰিণত হল কৃষ্ণগুৰুৰ সেৱাশ্ৰমৰ চৌহদ।।
১২দিনীয়া অখণ্ড কীৰ্তন পাঠ ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত সামৰণি পৰিব।।
এই অখণ্ড কীৰ্তনত ভাগ লয় বিশ্বৰ ১০৭খন কৃষ্ণগুৰু শাখা সেৱাশ্ৰমে।।
অখণ্ড কীৰ্তনৰ সমান্তৰালকৈ প্ৰতিদিনে বিয়লি অনুষ্ঠিত হয় একোখনকৈ ধৰ্মালোচনী সভা।।
*জাতি , ধৰ্ম , বৰ্ণ, ভাষা,লিংগ নিৰ্বিশেষে সকলোলৈকে আমাৰ নিবেদন আপুনি/আপোনাসৱে মুক্তমনে "কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন"ত ভাগ লৈ কৃষ্ণগুৰু ঈশ্বৰৰ কৃপালব্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰে যেন 🙏।।
জয় কৃষ্ণগুৰু🙏🙏🙏