মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #PratidinTimeLIVE
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #PratidinTimeLIVE
3 500 просмотров · Трансляция закончилась 14 часов назад
Pratidin Time
2,66 млн подписчиков
3 500 просмотров · Трансляция закончилась 14 часов назад
ৰাষ্ট্রীয় ঘাইপথ নে ‘গৰু বাট’ ধৰিবই নোৱাৰি
ক্ষেত্রীৰ পৰা গুৱাহাটীলৈ ৰাষ্ট্রীয় ঘাইপথত ছমাহত প্রায় ২০ জনৰ মৃত্যু
আৰু কিমানজনে অকালতে প্রাণ হেৰুৱালে ‘প্রকৃততে’ গা লৰিব NHAIৰ
কিমান পৰিয়াল নিঠৰুৱা হ’লে দায়িত্বজ্ঞান আহিব টোলগেট কৰ্তৃপক্ষৰ
‘টাপলি মাৰি’ কিমান দিনলৈ ‘কাম চলাব’ NHAIয়ে?
দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালৰ ওচৰত জবাবদিহি হ’ব কোন?
‘টোল’ দিও ৰাজপথত মৰণত শৰণ দি কিয় যাত্রা কৰিব লাগে জনতাই?
আজিৰ ‘অভিমত’ত ৰাষ্ট্রীয় ঘাইপথৰ ‘ডকাইত’ আৰু ‘যমদূত’ৰ কথা
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 3 #PratidinTimeLIVE