Перейти к содержимому

Zubeen Garg শ্রদ্ধাঞ্জলি 🙏 | মহান শিল্পীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি | Little Angel High School Chabua

Mintu official Vlogs

0:00 / 0:00

Zubeen Garg শ্রদ্ধাঞ্জলি 🙏 | মহান শিল্পীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি | Little Angel High School Chabua

3 327 просмотров · 2 недели назад
Mintu official Vlogs
384 подписчика
3 327 просмотров · 2 недели назад
অসমৰ মহান শিল্পী, কণ্ঠশিল্পী আৰু আমাৰ সকলোৰে অতি আপোন Zubeen Garg-লৈ গভীৰ শ্ৰদ্ধাঞ্জলি। 🙏🕊️ তেওঁৰ সুৰ, কণ্ঠ আৰু সৃষ্টিয়ে অসমীয়া সংগীত আৰু সংস্কৃতিক এক বিশেষ পৰিচয় দিছে। তেওঁৰ অমূল্য অৱদান সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। Little Angel High School Chabua-ৰ তৰফৰ পৰা মহান শিল্পীগৰাকীৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। 🙏 তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। শ্ৰদ্ধাঞ্জলি | Zubeen Garg | Little Angel High School Chabua #ZubeenGarg #ZubeenGargShradhanjali #ZubeenGargMemorial #LittleAngelHighSchoolChabua #AssameseMusic #Assam #শ্ৰদ্ধাঞ্জলি #জুবিনগাৰ্গ