অসমতো বিজেপিয়ে ২০২৬ত হৰুৱাব বুলি বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে.....
Pratidin Time
0:00 / 0:00
অসমতো বিজেপিয়ে ২০২৬ত হৰুৱাব বুলি বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে.....
24 959 просмотров · 1 год назад
Pratidin Time
2,67 млн подписчиков
24 959 просмотров · 1 год назад
হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলে একপ্ৰকাৰ আশাহত কৰিলে কংগ্ৰেছক। কিন্তু এই ফলাফলৰ পৰা শিক্ষা লৈ অসমত আগবাঢ়ি যোৱাৰ সংকল্প সাংসদ গৌৰৱ গগৈৰ। লগে লগে বিৰোধী এতিয়াও ঐক্যবদ্ধ নহ’লে অসমতো বিজেপিয়ে ২০২৬ত হৰুৱাব বুলি বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সেয়ে বিৰোধীক ঐক্যবদ্ধ হোৱাৰ আহ্বান ৰাইজৰ দলৰ সভাপতিগৰাকীৰ।
#PratidinTime #haryana #Congress #BJP #assam