Jananir Mukhore Bhasha#জননীৰ মুখৰে ভাষা#গীতৰ কথা- অমৃত বল্লভ গোস্বামী#
AG Production Assam
0:00 / 0:00
Jananir Mukhore Bhasha#জননীৰ মুখৰে ভাষা#গীতৰ কথা- অমৃত বল্লভ গোস্বামী#
294 просмотра · 1 месяц назад
AG Production Assam
821 подписчик
294 просмотра · 1 месяц назад
Jananir Mukhore Bhasha. lyrics by Amrit Ballav Goswami
জননীৰ মুখৰে ভাষা
গীতৰ কথা-অমৃত বল্লভ গোস্বামী#assamese#music #youtube #youtubechannel #youtubevideo #song #instragram #nationfirst #assam #jayaaiasom#justice
ৰংঘৰে ৰঙা কৰে মন/ সংগীতে দৃহ কৰে পণ/ নতুন দিনৰ আগমনত/ ভৰি পৰে হৃদয়খন ।
দেশ থাকিলেহে জাতি থাকিব/জাতি থাকিবলৈ ভাশা/জননীৰ মুখৰে ভাশা...
শীতৰ কুৱঁলী ফালি/নতুন প্ৰভাতৰ অভ্যুদয়/অধিকাৰ বিচৰা জনতাক/ নতুন সুৰুযে দিব প্ৰাপ্তি অধিকাৰ। কাল অমানিশা নাশী /আকাশত সৌৱা ৰঙা বেলি/ জাগ জাগ জাগ / জাগ মোৰ জনতা জনাৰ্দন জাগ...দেশ থাকিলেহে জাতি থাকিব/ জাতি থাকিবলৈ ভাশা/ জননীৰ মুখৰে ভাশা...
দেশ থাকিলেহে জাতি থাকিব/ জাতি থাকিবলৈ ভাশা.../জননীৰ মুখৰে ভাশা...।
ফুল ফুলিছে আজি ৰং বিৰঙৰ/ উছাহ উঠিছে আজি জনজীৱনৰ/ নতুন দিনৰ নতুন দিগন্তই আনিছে কলৰব মিঠা সুবাসৰ।
ৰংঘৰে ৰঙা কৰে মন/ সংগীতে দৃঢ় কৰে পণ/ নতুন দিনৰ আগমনত/ ভৰি পৰে হৃদয় প্ৰাণ।
দেশ থাকিলেহে জাতি থাকিব/জাতি থাকিবলৈ ভাশা/জননীৰ মুখৰে ভাশা... দেশ থাকিলেহে জাতি থাকিব/জাতি থাকিবলৈ ভাশা/জননীৰ মুখৰে ভাশা... দেশ থাকিলেহে জাতি থাকিব/জাতি থাকিবলৈ ভাশা/জননীৰ মুখৰে ভাশা...জননীৰ মুখৰে ভাশা....।