বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈৰ সংবাদমেল
Pratidin Time
0:00 / 0:00
বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈৰ সংবাদমেল
3 080 просмотров · 10 ч назад
Pratidin Time
2,67 млн подписчиков
3 080 просмотров · 10 ч назад
বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈৰ সংবাদমেল। বিধানসভাৰ চৌহদত বিধায়ক অখিল গগৈৰ প্ৰতিবাদৰ সপ্তমটো দিন। ১৪৪ ঘন্টা উকলি যোৱাৰ পিছতো চৰকাৰে মানি লোৱা নাই অখিল গগৈৰ দাবী। উজনিৰ তিনি জিলাৰ বানপীড়িত ৰাইজৰ ক্ষতিপূৰণৰ দাবীত অব্যাহত এই প্ৰতিবাদ। ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান বিধায়গৰাকীৰ।
#PratidinTime #AkhilGogoi #AssamNews