শিৱসাগৰত খোৱাপানীৰ নামত বিক্ৰী বৰবিহ
NKTV PLUS
0:00 / 0:00
শিৱসাগৰত খোৱাপানীৰ নামত বিক্ৰী বৰবিহ
370 просмотров · 5 ч назад
NKTV PLUS
831 тыс. подписчиков
370 просмотров · 5 ч назад
▶️শিৱসাগৰত খোৱাপানীৰ নামত বিক্ৰী বৰবিহ
▶️লক্ষ্মীজান বিহুবৰৰ একাংশ ব্যৱসায়ীয়ে বিক্ৰী কৰিছে দূষিত পানী
▶️পানী যোগান আঁচনিৰ পৰাই ২০ লিটাৰৰ বটল পেকেজিং কৰি বিক্ৰী
▶️ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা বুলি প্ৰৱঞ্চনা কৰিছে চক্ৰটোৱে
▶️লেতেৰা আৰু পূতিগন্ধময় পৰিৱেশত পানী পেকেজিং চক্ৰটোৰ
▶️কেমেৰা দেখি পলাই পত্ৰং দিয়ে চক্ৰটোৰে জড়িত একাংশ