জুবিন গাৰ্গক আমি বুজিব নোৱাৰিলোঁ। আমাক সততে দেখা জুবিন গাৰ্গজন তেওঁ নাছিল : ড০ ৰীতা চৌধুৰী
NKTV PLUS
0:00 / 0:00
জুবিন গাৰ্গক আমি বুজিব নোৱাৰিলোঁ। আমাক সততে দেখা জুবিন গাৰ্গজন তেওঁ নাছিল : ড০ ৰীতা চৌধুৰী
30 476 просмотров · 3 мес. назад
NKTV PLUS
831 тыс. подписчиков
30 476 просмотров · 3 мес. назад
জুবিন গাৰ্গক আমি বুজিব নোৱাৰিলোঁ। আমাক সততে দেখা জুবিন গাৰ্গজন তেওঁ নাছিল। তেওঁ নিজকে আন এটা ৰূপতহে দেখুৱাইছিল। তেওঁক ভালদৰে গজিবলৈ আমি সাৰুৱা মাটিকণ দিব নোৱাৰিলোঁ। তেওঁ শিলতে গজি ইমানখিনি সৃষ্টি কৰি থৈ গ'ল। তেওঁক সাৰুৱা মাটিকণ দিয়া হ'লে আৰু বহুখিনি সৃষ্টি হ'লহেঁতেন : ড০ ৰীতা চৌধুৰী