Перейти к содержимому

ৰকাৰৰ ওচৰত জীয়ৰীৰ ন্যায় বিচাৰিলে হিমাশ্ৰীৰ মাতৃয়ে

NKTV PLUS

0:00 / 0:00

ৰকাৰৰ ওচৰত জীয়ৰীৰ ন্যায় বিচাৰিলে হিমাশ্ৰীৰ মাতৃয়ে

14 115 просмотров · 12 ч назад
NKTV PLUS
831 тыс. подписчиков
14 115 просмотров · 12 ч назад
'তাইৰ বহুত ডাঙৰ ডাঙৰ সপোন আছিল, চাকৰি কৰি মোক প্লেনত উঠোৱাৰ সপোন, মোক গাড়ীত উঠোৱাৰ সপোন আছিল। তাইৰ ডাঙৰ সপোনবোৰেই তাইলৈ বিপদ মাতি আনিলে।' জীয়ৰীৰ আকাল মৃ/ত্যু/ত আবেগিক হিমাশ্ৰী বড়োৰ মাতৃৰ। অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমৰ ৰে’ল লাইনৰ কাষৰ হাবিত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল হিমাশ্ৰী বড়োৰ মৃ/ত/দে/হ। চৰকাৰৰ ওচৰত জীয়ৰীৰ ন্যায় বিচাৰিলে হিমাশ্ৰীৰ মাতৃয়ে।