ভুৱা ডিগ্ৰী লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে শাসক পক্ষৰ প্ৰাৰ্থী! তথ্য পোহৰলৈ আনিলে কুনকিয়ে!
NorthEast Now
0:00 / 0:00
ভুৱা ডিগ্ৰী লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে শাসক পক্ষৰ প্ৰাৰ্থী! তথ্য পোহৰলৈ আনিলে কুনকিয়ে!
22 402 просмотра · 14 часов назад
NorthEast Now
468 тыс. подписчиков
22 402 просмотра · 14 часов назад
📌হিমন্তৰ শাসনত কি চলিছে এইবোৰ?
📌ভুৱা ডিগ্ৰী লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে শাসক পক্ষৰ প্ৰাৰ্থী !
📌মনোনয়ন পত্ৰত ওলাই পৰিছে ভুৱা ডিগ্ৰীৰ A - Z !
📌শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত শিক্ষাগত অৰ্হতাত ওলালা আজৱ কাণ্ড!
📌বিশ্ব বিদ্যালয় স্থাপনৰ পূৰ্বেই লাভ কৰিলে ডিগ্ৰীৰ চাৰ্টিফিকেট!
📌ডিগ্ৰী লাভ কৰে ২০১৮ চনত, বিশ্ববিদ্যালয় স্থাপন হয় ২০২১ চনত!
📌পিছে,কোনো কাণসাৰ নাই ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আৰু জিলা নিৰ্বাচন বিষয়াৰ !
📌কিন্তু শাসক শ্ৰেণীৰ এই স্খলনক লৈ সৰৱ কুনকি চৌধুৰী !
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now