Перейти к содержимому

ভ্ৰষ্টাচাৰী নেতাই জে’লৰ পৰা চৰকাৰ চলোৱাৰ পক্ষত নাই বিজেপি....

Pratidin Time

0:00 / 0:00

ভ্ৰষ্টাচাৰী নেতাই জে’লৰ পৰা চৰকাৰ চলোৱাৰ পক্ষত নাই বিজেপি....

1 442 просмотра · 1 г. назад
Pratidin Time
2,67 млн подписчиков
1 442 просмотра · 1 г. назад
ভ্ৰষ্টাচাৰী নেতাই জে’লৰ পৰা চৰকাৰ চলোৱাৰ পক্ষত নাই বিজেপি। ১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়কক JPCলৈ প্ৰেৰণ কৰাৰ পিছত বিৰোধীৰ বিৰুদ্ধে এনেদৰে সৰৱ হ’ল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। বিৰোধী দলৰ চৰকাৰ বগৰোৱাৰ বাবে এই সংবিধান সংশোধনী বিধেয়ক অনা হৈছে বুলি বিৰোধীয়ে যি অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগ খণ্ডন কৰিছে অমিত শ্বাহে। গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰেহে এই সংবিধান সংশোধনী বিধেয়ক অনা হৈছে বুলি ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। প্ৰস্তাৱিত বিধেয়কক লৈ ৰাহুল গান্ধীয়ে দুমুখীয়া নীতি লোৱাৰো অভিযোগ তুলিছে অমিত শ্বাহে। #PratidinTime #AssamNews #BJP #AmitShah