Перейти к содержимому

হাঁপানী হাওঁফাওঁৰ ৰোগৰ বিষয়ে অধিক জানো আহক | Asthma in Assamese | Dr Gitartha Baruah

Swasthya Plus Assamese

0:00 / 0:00

হাঁপানী হাওঁফাওঁৰ ৰোগৰ বিষয়ে অধিক জানো আহক | Asthma in Assamese | Dr Gitartha Baruah

32 703 просмотра · 4 года назад
Swasthya Plus Assamese
17,7 тыс. подписчиков
32 703 просмотра · 4 года назад
#Asthma #AssameseHealthTips হাওঁফাওঁৰ ৰোগ যেনে হাঁপানী দৈনন্দিন জীৱনত হস্তক্ষেপ কৰিব পাৰে। ৰোগৰ উৎস প্ৰতিৰোধ আৰু সংশোধনৰ বাবে আমি সঠিক ব্যৱস্থা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। হাওঁফাওঁৰ লক্ষণসমূহ মেনেজ কৰিবলৈ আমি কি কৰিব পাৰো সেই বিষয়ে অধিক জানি লওঁ ডাঃ গীতাৰ্থ বৰুৱাৰ পৰা। এই ভিডিঅ'টোত আছে, হাঁপানী কি? ইয়াৰ লক্ষণসমূহ কি কি? (0:00) হাঁপানী কিয় হয়? (1:59) হাঁপানীৰ চিকিৎসাৰ বিকল্প কি কি? (2:36) কাৰোবাৰ হাঁপানীৰ আক্ৰমণ হৈছে আমি কেনেকৈ জানিম? (6:26) হাঁপানীৰ আক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (7:43) হাঁপানী ৰোগীয়ে কি কি খাদ্য বা আন বস্তুৰ পৰা আঁতৰি থাকিব লাগে? (8:19) Asthma is a lung disease. It can cause respiratory distress making it difficult for the patient to breathe. Who can get Asthma? Is it curable? How do you prevent Asthma attacks? Let's know more from Dr Gitartha Baruah, a Pulmonologist. In this Video, What is Asthma? What are the symptoms of Asthma? in Assamese (0:00) Why does Asthma occur? in Assamese (1:59) What are treatment options for Asthma? in Assamese (2:36) How do we know someone is having an Asthma attack? in Assamese (6:26) Prevention of Asthma attack, in Assamese (7:43) What food or other items should be avoided by Asthma patients? in Assamese (8:19) Subscribe Now & Live a Healthy Life! স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী। Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns. For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at hello@swasthyaplus.com Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!