Drugs~ড্ৰাগছ / utjjal Nath Assamese New short film 2026/ 4k quality/ bk production
B K Production
0:00 / 0:00
Drugs~ড্ৰাগছ / utjjal Nath Assamese New short film 2026/ 4k quality/ bk production
48 421 просмотр · 3 недели назад
B K Production
4,19 тыс. подписчиков
48 421 просмотр · 3 недели назад
webseries #assamese #assamesewebseries #youtube #viral #webseries #utjjalnath #assamesewebseries #love #romantic #sad #funny #webseries
DRUGS ~ ড্ৰাগছ utjjal Nath New Assamese short film 2026.
জয় জয়তে সমূহ চুটি ছবি প্ৰেমি ৰাইজৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী 🙏
আপোনালোকে উপভোগ কৰা এই চুটি ছবিখনৰ মাজত , নজনাকৈ হয়টো বহুটো ভুল-ভ্ৰান্তি ৰৈ গ'ল। তাৰ বাবে আমি আপোনাসবৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ 🙏 ৰৈ যোৱা ভুল-ভ্ৰান্তি সমূহ আঙুলিয়াই দি আমাক আগুৱাই যোৱাত সহাৰি জনাব বুলি আশা ৰাখিলোঁ ❤️
( DRUGS - ড্ৰাগছ) এই চুটি ছবিখনৰ কাহিনী সম্পূৰ্ণ কাল্পনিক, ইয়াৰ লগত বাস্তৱ কাহিনীৰ কোনো সম্পৰ্ক নাই। যদিও কাহিনী ভাগ কাৰোবাৰ বাস্তৱ ঘটনাৰ সৈতে মিল হয় সেয়া সম্পূৰ্ণৰূপে আকস্মিক।
আপোনালোকে উপভোগ কৰা [ DRUGS~ড্ৰাগছ ] short film খনৰ লগত জড়িত ব্যক্তি সকলৰ নাম
চৰিত্ৰ~
১/ ৰিচা দাস।
২/ ৰোমি দাস
৩/ হৃষীকেশ হাজৰিকা।
৪/মোন দেৱী।
৫/ উজ্জল নাথ।
৬/ লক্ষ্য জ্যোতি হাজৰিকা।
৭/ মাধুৰিমা মোদৈ।
৮/তুলিকা দেৱী।
৯/ প্ৰশান্ত দাস।
১০/ সমিৰণ বাচা।