সিদ্ধ পুৰুষ কোন? 🤔 সিদ্ধ পুৰুষৰ প্ৰকৃত পৰিচয় কি? | চন্দ্ৰ হাজৰিকা বাপ(@kalindeebhomora6395 )
Kalindee Bhomora
0:00 / 0:00
সিদ্ধ পুৰুষ কোন? 🤔 সিদ্ধ পুৰুষৰ প্ৰকৃত পৰিচয় কি? | চন্দ্ৰ হাজৰিকা বাপ(@kalindeebhomora6395 )
4 608 просмотров · 3 дня назад
Kalindee Bhomora
125 тыс. подписчиков
4 608 просмотров · 3 дня назад
সিদ্ধ পুৰুষ কোন? সিদ্ধ পুৰুষৰ প্ৰকৃত পৰিচয় কি? এজন সাধাৰণ মানুহ আৰু সিদ্ধ পুৰুষৰ মাজত পাৰ্থক্য কি? আধ্যাত্মিক জীৱনত সিদ্ধ পুৰুষৰ স্থান আৰু গুৰুত্ব কিমান?
এই গুৰুত্বপূৰ্ণ আধ্যাত্মিক বিষয়টোৰ ওপৰত চন্দ্ৰ হাজৰিকা বাপে আগবঢ়াইছে এক সুন্দৰ আৰু চিন্তনীয় ব্যাখ্যা। 🙏
ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ উপলব্ধি Comment কৰি জনাব।
ভাল লাগিলে Like 👍 | Share ↗️ | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
ব্যাখ্যাকাৰ: চন্দ্ৰ হাজৰিকা বাপ
বিষয়: সিদ্ধ পুৰুষ কোন?
সেৱকীঃ শ্ৰীযুত প্ৰফুল্ল শইকীয়া।
গাঁওঃ বিছাবৰি, নাৰায়ণপুৰ, লক্ষীমপুৰ।
#সিদ্ধপুৰুষ #চন্দ্ৰহাজৰিকাবাপ #আধ্যাত্মিকতা #অসমীয়া_আধ্যাত্মিক_ভিডিঅ #ভক্তি #গুৰু #হৰিনাম #নামঘৰ #শ্ৰীমন্তশংকৰদেৱ #কৃষ্ণ #AssameseSpirituality