কোনসকলে শুই উঠাৰ লগে লগে চাহ খাই? 🤔 | চন্দ্ৰ হাজৰিকা বাপ জনাই কি ক'লে চাওক!
Kalindee Bhomora
0:00 / 0:00
কোনসকলে শুই উঠাৰ লগে লগে চাহ খাই? 🤔 | চন্দ্ৰ হাজৰিকা বাপ জনাই কি ক'লে চাওক!
4 667 просмотров · 23 часа назад
Kalindee Bhomora
125 тыс. подписчиков
4 667 просмотров · 23 часа назад
আজিৰ এই ভিডিওটোত শ্ৰীযুত চন্দ্ৰ হাজৰিকা বাপ জনাই ৰাতিপুৱা শুই উঠাৰ লগে লগে চাহ খোৱা অভ্যাস সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ আৰু তত্ত্বগধুৰ বক্তব্য আগবঢ়াইছে। আমাৰ সমাজত বহুতৰে ৰাতিপুৱা শুই উঠি চাহ খোৱাৰ অভ্যাস আছে। এই বিষয়ে বাপ জনাই কি অনুশাসন আৰু উপদেশ দিছে, সেয়া জানিবলৈ ভিডিওটো শেষলৈকে চাওক।
ভিডিওটো ভাল লাগিলে লাইক (Like), শ্বেয়াৰ (Share) আৰু চেনেলটো চাবস্ক্ৰাইব (Subscribe) কৰিবলৈ নাপাহৰিব।
সেৱকীঃ শ্ৰীযুত প্ৰফুল্ল শইকীয়া,বিছাবৰি, লক্ষীমপুৰ
Hashtags:
#ChandraHazarika #AssameseSpiritual #LakhimpurNarayanpur #AssameseBhakti #MorningTeaFacts #AssameseVideo #AssamNews #AssameseCulture