Перейти к содержимому

নগাঁও উপ-নিৰ্বাচনক লৈ চৰাঞ্চলত বিজেপিৰ আগ্ৰাসী প্ৰচাৰ

Pratidin Time

0:00 / 0:00

নগাঁও উপ-নিৰ্বাচনক লৈ চৰাঞ্চলত বিজেপিৰ আগ্ৰাসী প্ৰচাৰ

1 948 просмотров · 5 часов назад
Pratidin Time
2,67 млн подписчиков
1 948 просмотров · 5 часов назад
নগাঁও উপ-নিৰ্বাচনক লৈ চৰাঞ্চলত বিজেপিৰ আগ্ৰাসী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ প্ৰচাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ধিং, লাহৰীঘাটকে ধৰি কেইবাখনো ঠাইত অনুষ্ঠিত নিৰ্বাচনী সভা। নিৰ্বাচনী সভাত অংশগ্ৰহণ হাজাৰ হাজাৰ সংখ্যালঘু লোকৰ। নগাঁও লোকসভা সংসদীয় সমষ্টি বিজেপিয়ে উদ্ধাৰ কৰিবই বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজাৰিকাৰ লগতে কংগ্ৰেছ দলক তীক্ষ্ন কটাক্ষ মন্ত্ৰীগৰাকীৰ। মৰিগাঁৱৰপৰা আমাৰ এক প্ৰতিবেদন। #PratidinTime #AssamNews #assam #nagaon #ByElection