Перейти к содержимому

ভাত বনোৱা চচপেনত কেক বনাওঁ আহক - Saucepan cake - Assamese Cake Recipe - ভাতেৰ হাড়িঁতে সহজ কেক

Barnali XYZ

0:00 / 0:00

ভাত বনোৱা চচপেনত কেক বনাওঁ আহক - Saucepan cake - Assamese Cake Recipe - ভাতেৰ হাড়িঁতে সহজ কেক

2 568 362 просмотра · 7 лет назад
Barnali XYZ
94,8 тыс. подписчиков
2 568 362 просмотра · 7 лет назад
#Saucepan cake #ভাতেৰ হাড়িঁতে সহজ কেক #Sponge Cake #Easy Cake অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম।সাধাৰনতে কেক বনোৱাৰ কথা মনলে আহিলেই অভেন বা মাইক্ৰৱেভৰ কথা মনলৈ আহে।কিন্তু কেক বনাবৰ বাবে এইবিলাক সজুলিঁ যে লাগিবই তেনে কোনো কথা নাই।তাৰ উপৰিও কেক বনোৱাৰ নানান টা ওপায় আছে।কুকাৰত বনাব পাৰি,কেৰাহিত বনাব পাৰি নাইবা জুইশালৰ পকা আঙঠাতো কেক বনাব পাৰি।আজি বনাব লৈছো আমি সদায় ইউজ কৰা ভাত বনোৱা চ চপেনত।সাধাৰনতে আমাৰ প্ৰত্যেকৰে ঘৰত চচপেন থাকেই।আহক আজি কেক বনাও ভাত ৰন্ধা চচপেনত