ভাত বনোৱা চচপেনত কেক বনাওঁ আহক - Saucepan cake ভাতেৰ হাড়িঁতে সহজ কেক How to make cake in Saucepan
Barnali XYZ
0:00 / 0:00
ভাত বনোৱা চচপেনত কেক বনাওঁ আহক - Saucepan cake ভাতেৰ হাড়িঁতে সহজ কেক How to make cake in Saucepan
5 210 просмотров · 6 лет назад
Barnali XYZ
94,8 тыс. подписчиков
5 210 просмотров · 6 лет назад
#Saucepancake
#ভাতেৰ হাড়িঁতে সহজ কেক
#SpongeCake
#EasyCake
#SujiCakeInSaucepan
#CakeinSaucepan
#AssameseCakeRecipe
#KekRecipe
#ভাতেৰহাড়িঁতেসহজকেক
#HowtomakecakeinSaucepan
#CakeRecipe
#CakeinAssamese
#Assamesecooking
#Axomiyarandhonighor
#AxomiyaRecipe
Welcome to অসমীয়া Randhonighor Recipe Channel.এইটো এটা সম্পুর্ণ অসমীয়া চেনেল আৰু ইয়াত আপুনি অসমীয়াত ৰেছিপি ভিডিঅ চাবলৈ পাব। মোবাইলত নতুন ৰেচিপি ভিডিঅৰ notification পাবলৈ চেনেলটি Subscribe কৰিবলৈ অনুৰোধ জনালো। আৰু লগতে কাষত থকা ঘণ্টা তো দবাবলৈ নাপাহৰিব।।
সাধাৰনতে কেক বনোৱাৰ কথা মনলে আহিলেই অভেন বা মাইক্ৰৱেভৰ কথা মনলৈ আহে।কিন্তু কেক বনাবৰ বাবে এইবিলাক সজুলিঁ যে লাগিবই তেনে কোনো কথা নাই।তাৰ উপৰিও কেক বনোৱাৰ নানান টা ওপায় আছে।কুকাৰত বনাব পাৰি,কেৰাহিত বনাব পাৰি নাইবা জুইশালৰ পকা আঙঠাতো কেক বনাব পাৰি।আজি বনাব লৈছো আমি সদায় ইউজ কৰা ভাত বনোৱা চ চপেনত।সাধাৰনতে আমাৰ প্ৰত্যেকৰে ঘৰত চচপেন থাকেই।আহক আজি কেক বনাও ভাত ৰন্ধা চচপেনত