নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী
Pratidin Time
0:00 / 0:00
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী
6 500 просмотров · 11 часов назад
Pratidin Time
2,66 млн подписчиков
6 500 просмотров · 11 часов назад
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে শাসক-বিৰোধী। নগাঁৱত নিৰ্বাচনী প্রাৰ্থী হোৱাৰ লক্ষ্যৰে ইতিমধ্যে জিলা আয়ুক্ত পদৰ পৰা ইস্তফা দি বিজেপিত যোগ দিছে দেৱাশীষ শৰ্মাই। ইফালে কংগ্রেছৰ প্রাৰ্থিত্ব পেনেল চূড়ান্ত কৰাৰ উদ্দেশ্যে অহা ১২ ছেপ্টেম্বৰত ৰাজীৱ ভৱনত মাৰাথন বৈঠকত বহিব APCCৰ নতুন তত্বাৱধায়ক ভূপেশ বাঘেল। ইয়াৰ মাজতে সংখ্যালঘু প্রভাৱিত নগাঁও সমষ্টিৰ সংখ্যালঘু কংগ্রেছী নেতাক বিজেপিত যোগদান কৰোৱাই নতুন সমীকৰণ আৰম্ভ কৰিছে বিজেপিয়ে।
#PratidinTime #AssamNews #nagaon #ByElection #BJP