Перейти к содержимому

Total resistance between two points | CBSE 2024 PYQ | Class 10 Electricity in Assamese

Let's Solve it (Curiouz)

0:00 / 0:00

Total resistance between two points | CBSE 2024 PYQ | Class 10 Electricity in Assamese

204 просмотра · 13 дн. назад
Let's Solve it (Curiouz)
32 подписчика
204 просмотра · 13 дн. назад
A আৰু M ৰ মাজত মুঠ (সমতুল্য) ৰোধ কিমান? 🤔 CBSE 2024 ৰ এই প্ৰশ্নটো প্ৰথমতে জটিল যেন লাগে, কিন্তু শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সংযোগৰ মাত্ৰ দুটা সূত্ৰৰে ধাপে ধাপে সহজে সমাধান কৰিব পাৰি। 👉 ভিডিঅ'টো চোৱাৰ আগতে নিজে চেষ্টা কৰা আৰু তোমাৰ উত্তৰটো comment ত লিখা! এই ভিডিঅ'ত: ✅ জটিল বৰ্তনীটো সৰু সৰু অংশত ভাগ কৰাৰ কৌশল ✅ কোনবোৰ ৰোধ শ্ৰেণীবদ্ধ আৰু কোনবোৰ সমান্তৰাল — কেনেকৈ চিনিব ✅ এটা এটা অংশ সৰল কৰি A ৰ পৰা M লৈকে মুঠ ৰোধ উলিওৱা 📌 মনত ৰাখিবা: শ্ৰেণীবদ্ধ সংযোগ: R = R₁ + R₂ + R₃ + … সমান্তৰাল সংযোগ: 1/R = 1/R₁ + 1/R₂ + 1/R₃ + … 📘 Class 10 Science | অধ্যায় 12: বিদ্যুৎ (Electricity) 📝 HSLC 2027 (SEBA) আৰু CBSE — দুয়োটা পৰীক্ষাৰ বাবে উপযোগী এনেকুৱা আৰু PYQ সমাধানৰ বাবে channel টো Subscribe কৰা আৰু 🔔 টিপা। 📱 Curiouz App: [link] #Class10Science #Electricity #CBSE2024 #HSLC2027 #AssameseMedium