ভাগ্য ফুলিলে একে ৰাতিতে কোটিটকীয়া বাহনৰ গৰাকী হ’ব পাৰে আপুনি।
Pratidin Time
0:00 / 0:00
ভাগ্য ফুলিলে একে ৰাতিতে কোটিটকীয়া বাহনৰ গৰাকী হ’ব পাৰে আপুনি।
44 828 просмотров · 1 день назад
Pratidin Time
2,67 млн подписчиков
44 828 просмотров · 1 день назад
ভাগ্য ফুলিলে একে ৰাতিতে কোটিটকীয়া বাহনৰ গৰাকী হ’ব পাৰে আপুনি। মাত্ৰ ১০০ টকাৰ বৰঙণি পত্ৰ সংগ্ৰহ কৰি লাভ কৰিব পাৰে মাৰ্চিডিছ বেঞ্জ, ৰেঞ্জৰ’ভাৰ, ফৰ্চুনাৰ, ইন’ভা, স্ক’ৰপিঅ’। হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ব্যৱস্থা কৰিছে ৯০লাখ বৰঙণি পত্ৰ। লক্ষ্মীপূজাৰ দিনাৰ পৰা হাউলীত মুকলি কৰা হ’ব কাউণ্টাৰ।
#PratidinTime #AssamNews #assam #lottery #HAWL