অন্যায়ক অন্যায় বুলি কোৱাৰ সাহস থাকিবই লাগিব।
Punam Gogoi
0:00 / 0:00
অন্যায়ক অন্যায় বুলি কোৱাৰ সাহস থাকিবই লাগিব।
6 000 просмотров · 2 дня назад
Punam Gogoi
107 тыс. подписчиков
6 000 просмотров · 2 дня назад
এগৰাকী মাকে পত্নীৰ মূৰ কা*টি ফ্ৰীজত ভৰাই থৈ সেই ফ্ৰীজৰ পৰা পানী উলিয়াই খাব পৰা পুত্ৰক সংস্কাৰী, মৰমিয়াল বুলি কব পাৰে।
সংস্কাৰ মুখৰ কথাত নহয়, আচৰণত প্ৰকাশ পায়।
মাতৃৰ মৰমৰ নামত যদি অন্যায়কো সঠিক বুলি মানি লোৱা হয়, তেন্তে সেই মৰম সংস্কাৰ নহয়—অন্ধ পক্ষপাতিত্ব।
সম্পৰ্ক যিয়েই নহওক,
অন্যায়ক অন্যায় বুলি কোৱাৰ সাহস থাকিবই লাগিব।