মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
8 565 просмотров · 15 часов назад
Pratidin Time
2,66 млн подписчиков
8 565 просмотров · 15 часов назад
ছেপ্টেম্বৰ মাহটো অসমবাসীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ
এফালে ৰাজ্যজুৰি সুধাকণ্ঠৰ শতবাৰ্ষিকী উদযাপন
আনফালে জুবিন গাৰ্গৰ অনুপস্থিতিৰ এটা বৰ্ষ
শতবাৰ্ষিকীত সুধাকণ্ঠক কেনেদৰে শ্রদ্ধা জনালে ৰাজ্যবাসীয়ে?
‘জুবিন দিৱস’ ১৮ নৱেম্বৰ নে ১৯ ছেপ্টেম্বৰত পালন কৰিব লাগে?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #assam #Abhimat #BhupenHazarika #zubeengarg