Перейти к содержимому

শ্ৰুতি ভৰদ্বাজে ষ্টেজত গান গাবলৈ উঠোঁতে তেওঁৰ সৈতে কি ঘটনা সংঘটিত হৈছিল? কাৰ লগত বিয়া হব বিচাৰিছিল

The Candid Podcast

0:00 / 0:00

শ্ৰুতি ভৰদ্বাজে ষ্টেজত গান গাবলৈ উঠোঁতে তেওঁৰ সৈতে কি ঘটনা সংঘটিত হৈছিল? কাৰ লগত বিয়া হব বিচাৰিছিল

59 просмотров · 21 ч назад
The Candid Podcast
1,21 тыс. подписчиков
59 просмотров · 21 ч назад
🎙️ The Candid Podcast | Special Episode with Swati Bharadwaj 🎶 Shruti Bharadwaz এগৰাকী সুন্দৰ কণ্ঠৰ গৰাকী, যিয়ে মাজে-সময়ে বিভিন্ন এলবামত কণ্ঠদান কৰি আহিছে। ❤️ আজিৰ এই বিশেষ পডকাষ্টটোত আমি কথা পাতিছোঁ তেওঁৰ জীৱন, সংগীতৰ যাত্ৰা, সংগ্ৰাম, অভিজ্ঞতা আৰু সংগীত জগতৰ সৈতে জড়িত বিভিন্ন ঘটনা সম্পৰ্কে। লগতে জুবিন দাৰ সৈতে কটোৱা বিশেষ মুহূৰ্ত, তেওঁৰ পৰিয়াল, প্ৰেমৰ জীৱন আৰু যুৱ প্ৰজন্মৰ বাবে দিয়া গুৰুত্বপূৰ্ণ বাৰ্তাৰ বিষয়েও তেওঁ নিজৰ মনৰ কথা ব্যক্ত কৰিছে। ✨ এই পডকাষ্টটো কেৱল মনোৰঞ্জনৰ বাবেই নহয়, জীৱনৰ কঠিন পৰিস্থিতিৰ সৈতে কেনেকৈ যুঁজ দিব পাৰি, কেনেকৈ আগবাঢ়ি যাব পাৰি আৰু নিজৰ সপোনৰ পিছত কেনেকৈ দৌৰিব পাৰি, সেই বিষয়েও আপোনাক অনুপ্ৰাণিত কৰিব। ❤️ ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে Like কৰিব, আপোনাৰ মতামত Comment কৰিব, The Candid Podcast চেনেলটো Subscribe কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে Share কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু সহযোগিতাই আমাক আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগায়। 🙏❤️ #TheCandidPodcast #SwatiBharadwaj #AssamesePodcast #ZubeenGarg #AssameseSinger #LifeJourney #LoveLife #Motivation #AssameseMusic #PodcastAssam