দুৰ্গা পূজা মানেই প্ৰথম আকৰ্ষণ মণ্ডপ।
Pratidin Time
0:00 / 0:00
দুৰ্গা পূজা মানেই প্ৰথম আকৰ্ষণ মণ্ডপ।
1 358 просмотров · 9 ч назад
Pratidin Time
2,67 млн подписчиков
1 358 просмотров · 9 ч назад
দুৰ্গা পূজা মানেই প্ৰথম আকৰ্ষণ মণ্ডপ। মণ্ডপৰ সাজ-সজ্জা আৰু থীম। এইবাৰৰ পূজা মণ্ডপৰ সাজ-সজ্জা আৰু থীমক লৈ অঘোষিত প্ৰতিযোগিতাতহে যেন নামিল পূজা কমিটীসমূহ। বুৰ্জ খলিফা, বৈষ্ণো ধাম মন্দিৰ এইবাৰ পূজা মণ্ডপৰ আৰ্হি হৈ জিলিকিছে বিভিন্ন প্ৰান্তত। তিনিচুকীয়াৰ ঠাণ্ডাঘৰলৈ আনিক ডুবাইখনকে তুলি আনিলে পূজা কমিটীয়ে।
#pratidintime #assamnews #assam #durgapuja