Перейти к содержимому

বানপীড়িতৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল শিৱসাগৰ

NKTV PLUS

0:00 / 0:00

বানপীড়িতৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল শিৱসাগৰ

964 просмотра · 17 ч назад
NKTV PLUS
831 тыс. подписчиков
964 просмотра · 17 ч назад
▶️বানপীড়িতৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল শিৱসাগৰ। নগা পাহাৰৰ বিধ্বংসী বানে সৰ্বস্বান্ত কৰা শিৱসাগৰৰ লোকসকলে সোমবাৰে ক্ষতিপূৰণ আদায়ৰ দাবীৰে ৰাজপথত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে প্ৰতিবাদী সমদল কৰা লোকসকলক আদবাটতে বাধা দিলে আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ বাধা নামানি প্ৰতিবাদ অব্যাহত ৰাখে বানপীড়িতই।