জ্যোতি সংগীত - বনৰীয়া আমি বনৰ চৰাই | Jyoti Sangeet - Bonoriya Ami Bonor Sorai (Lyrics)
অ' মোৰ সুৰীয়া মাত
0:00 / 0:00
জ্যোতি সংগীত - বনৰীয়া আমি বনৰ চৰাই | Jyoti Sangeet - Bonoriya Ami Bonor Sorai (Lyrics)
28 460 просмотров · 3 года назад
অ' মোৰ সুৰীয়া মাত
100 тыс. подписчиков
28 460 просмотров · 3 года назад
জ্যোতি সংগীত - বনৰীয়া আমি বনৰ চৰাই | Jyoti Sangeet - Bonoriya Ami Bonor Sorai (Lyrics)
কথা:
বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই৷
উ- উ-উ-উ....উ-উ...উ-উ-উ৷
ভৈয়ামৰ মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পাতিলিহি সখী
ঘৰৰ কথা আমি বনত পাতি
বনৰ কথা আমি ঘৰত পাতি
পৰ্ব্বতৰে বননি ফুৰিম বগাই
অনাই বনাই অ’
অনাই বনাই৷৷
#jyotisangeet #assamesesonglyrics #assamesesong
জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি সংগীত
ভূপেন হাজৰিকা playlist: • Bhupen Hazarika ভূপেন হাজৰিকা
জয়ন্ত হাজৰিকা playlist: • জয়ন্ত হাজৰিকা
অসমীয়া কথাছবিৰ গীত playlist: • Assamese Movie Songs
বৰগীত playlist: • Borgeet বৰগীত
Assamese Song Lyrics. অসমীয়া গীতৰ কথা।