১৯ জুলাইত উজনিৰ হাজাৰ হাজাৰ পৰিয়ালক নিঃশেষ কৰি গ’ল প্ৰলয়ংকৰী বানে
NKTV PLUS
0:00 / 0:00
১৯ জুলাইত উজনিৰ হাজাৰ হাজাৰ পৰিয়ালক নিঃশেষ কৰি গ’ল প্ৰলয়ংকৰী বানে
2 213 просмотров · 18 часов назад
NKTV PLUS
830 тыс. подписчиков
2 213 просмотров · 18 часов назад
১৯ জুলাইত উজনিৰ হাজাৰ হাজাৰ পৰিয়ালক নিঃশেষ কৰি গ’ল প্ৰলয়ংকৰী বানে। বানাক্ৰান্তক সাহায্য প্ৰদানৰ দাবীত প্ৰতিবাদত বহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিলৰ এই প্ৰতিবাদক কটাক্ষ মুখ্যমন্ত্ৰীৰ। সোমবাৰে অখিলৰ কাষত কংগ্ৰেছৰ বিধায়ক। মুখ্যমন্ত্ৰীৰ দাবী ক্ৰেডিট লাগে অখিলক। অখিল গগৈয়ে ক’লে– পাতল ৰাজনীতি আৰম্ভ হৈছে।