Перейти к содержимому

এইবাৰ অৰুণাচললৈ উভতি নদীবান্ধক লৈ চৰকাৰক প্রত্যাহ্বান কাটন ময়ঙৰ

Pratidin Time

0:00 / 0:00

এইবাৰ অৰুণাচললৈ উভতি নদীবান্ধক লৈ চৰকাৰক প্রত্যাহ্বান কাটন ময়ঙৰ

917 просмотров · 3 ч назад
Pratidin Time
2,67 млн подписчиков
917 просмотров · 3 ч назад
এইবাৰ অৰুণাচললৈ উভতি নদীবান্ধক লৈ চৰকাৰক প্রত্যাহ্বান কাটন ময়ঙৰ। প্রস্তাৱিত আপাৰ ছিয়াং জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে অব্যাহত আন্দোলনৰ অন্যতম প্রধান মুখ কাটন ময়ঙে চৰকাৰক সকীয়নিও দিলে। অভিযন্তা-পৰিৱেশ কৰ্মীগৰাকীয়ে ইটানগৰ প্রেছ ক্লাবত সংবাদমেল পাতি ক’লে- সীমাৰেখা স্পষ্ট কৰক চৰকাৰে। নদী আমাৰ, পাহাৰ আমাৰ। #pratidintime #assam #arunachalpradesh