Перейти к содержимому

৮০ বছৰীয়া আইতাই এই বয়সত MA পাছ কৰিলে/ আইতাৰ এই কাহিনীয়ে আপোনাক দিব জীৱন জীনাৰ প্ৰেৰণা .....

Break Ur Voice

0:00 / 0:00

৮০ বছৰীয়া আইতাই এই বয়সত MA পাছ কৰিলে/ আইতাৰ এই কাহিনীয়ে আপোনাক দিব জীৱন জীনাৰ প্ৰেৰণা .....

21 295 просмотров · 2 дня назад
Break Ur Voice
7,8 тыс. подписчиков
21 295 просмотров · 2 дня назад
৮০ বছৰীয়া আইতাৰ এই কাহিনীয়ে আপোনাক দিব জীৱন জীনাৰ প্ৰেৰণা। বয়সক কেৰেপ নকৰি আইতাই এই বয়সত MA পাছ কৰিলে। এতিয়াও পঢ়া আৰু শিকাৰ প্ৰতি প্ৰচণ্ড আগ্ৰহ। আইতাৰ স্পষ্ট কথা, একেবাৰে নোৱাৰিলে এশবাৰ কৰা। ভগৱান আৰু শিক্ষাগুৰুৰ প্ৰতি কিয় ভক্তিবান হব লাগে। সন্তানক মানুহ কৰিবলৈ মাতৃ গৰাকীৰ কি কৰণীয়? কেনেকৈ আইতাই পুত্ৰক মানুহ কৰি গঢ়িলে? এতিয়া বোৱাৰী আৰু নাতিক কি শিকাইছে? নিশা ১১.৩০ বজালৈ এতিয়াও অধ্যয়ন কৰা আইতাৰ আলমিৰাত অসমীয়া ভাষাৰ বহু গুৰুত্ত্বপূৰ্ণ গ্ৰন্থ ভৰি আছে। প্ৰত্যেককে অনুপ্ৰাণিত কৰিব এই আইতাৰ কাহিনীয়ে। #inspiration #motivation #nipkumarbaruah #breakurvoice #assamese